মুখ্যপৃষ্ঠা » ফটো » জীৱন শৈলী
1/ 6


বলীউদৰ জনপ্ৰিয় অভিনেত্ৰী ইলিয়ানা ডিক্ৰুজ ছচিয়েল মিডিয়াত অত্যন্ত সক্ৰীয়।সকলো সময়তে অভিনেত্ৰীগৰাকীয়ে নিজৰ অনুৰাগীৰ সৈতে ভাবৰো আদান প্ৰদান কৰে। প্ৰায়ে অভিনেত্ৰীগৰাকীয়ে আপলোড কৰে নিজৰ আকৰ্ষণীয় ফটো বা ভিডিঅ।
2/ 6


ইলিয়ানাৰ এখন ফটো এতিয়া দুৰ্দান্ত গতিত ভাইৰেল হৈছে ছচিয়েল মিডিয়াত। আবেদনময়ী অভিনেত্ৰীগৰাকীৰ এটা ভিডিঅ ছচিয়েল মিডিয়াত আপলোড হোৱাৰ পিছতে সৰ্বত্ৰ চৰ্চা লাভ কৰিছে।
4/ 6


এইবাৰ অভিনেত্ৰীগৰাকীয়ে ফটোত দুৰ্দান্ত কেপশ্যন লিখিছে। অভিনেত্ৰীগৰাকীয়ে লিখিছে যে, মা, চোৱা তোমাৰ বাবে মই কি ৰান্ধিছো।