মুখ্যপৃষ্ঠা » ফটো » জীৱন শৈলী
1/ 5


সৰু পৰ্দাৰ জনপ্ৰিয় অভিনেত্ৰী হিনা খান। অভিনেত্ৰীগৰাকী ছচিয়েল মিডিয়াত অত্যন্ত সক্ৰিয়। প্ৰতিদিনেই নতুন নতুন এক্টিভিটিৰ বাবে সংবাদ শিৰোনাম দখল কৰে অভিনেত্ৰীগৰাকীয়ে।
2/ 5


হিনা খানে ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে নিজৰ নতুন ফটো। ফটো কেইখন এতিয়া ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত। পিছে হালধীয়া পোছাক পৰিধান কৰা হিনাই কৰা বিশেষ কামে চৰ্চা লাভ কৰিছে।
3/ 5


হিনা খানৰ এই ফটো দেখি এজন অনুৰাগীয়ে কমেণ্ট দিয়ে। কিন্তু অনুৰাগীৰ তেনেধৰণৰ কমেণ্ট সহ্য নহ'ল অভিনেত্ৰীগৰাকীৰ। আৰু ৰাজহুৱাকৈয়ে ককৰ্থনা কৰে যুৱকজনক।