সৰু পৰ্দাৰ জনপ্ৰিয় অভিনেত্ৰী তথা বিগ বছ১১ৰ প্ৰতিযোগী হিনা খান ছচিয়েল মিডিয়াত চৰ্চিত। অভিনেত্ৰীগৰাকী বৰ্তমান আছে মালদ্বীপত। শ্বেয়াৰ কৰিছে ইখনৰ পিছত সিখন ফটো। ছচিয়েল মিডিয়াতো হৈ পৰিছে ভাইৰেল। @realhinakhan/Instagram. এই ৰূপত অভিনেত্ৰীগৰাকীয়ে উঠা ফটো এতিয়া ছচিয়েল মিডিয়াত ব্যাপক ৰূপত ভাইৰেল হৈছে।@realhinakhan/Instagram. ফটো দেখি একাংশই অভিনেত্ৰীগৰাকীক সমালোচনা কৰাও দেখা গৈছে। অভিনেত্ৰীগৰাকীক উদ্দেশ্যি কটু মন্তব্য কৰাও দেখা গৈছে। @realhinakhan/Instagram. সৰু পৰ্দাৰ জনপ্ৰিয় অভিনেত্ৰী হিনা খানৰ ‘য়ে ৰিস্তা ক্যা কেহলাতা হ্যে’ নামৰ ধাৰাবাহিক খনে বহুল ভাবে জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল। @realhinakhan/Instagram. না না ধৰণৰ কমেণ্টেৰে ভৰি পৰিছে অভিনেত্ৰীগৰাকীৰ কমেণ্টবক্স।@realhinakhan/Instagram. ইয়াৰ পূৰ্বেও বিকিনি পৰিধান কৰি ছচিয়েল মিডিয়াত ফটো আপলোড কৰি ভাইৰেল হৈছিল অভিনেত্ৰীগৰাকী। @realhinakhan/Instagram.