Home » photogallery » lifestyle »Happy Birthday: অভিনেত্ৰী কৃতি চেননে 'Mimi'ৰ মুক্তিৰ সৈতে জন্মদিন উদযাপন কৰে, ফটো চাওক...

Happy Birthday: অভিনেত্ৰী কৃতি চেননে 'Mimi'ৰ মুক্তিৰ সৈতে জন্মদিন উদযাপন কৰে, ফটো চাওক...

কৃতি চাননে (Kriti Sanon) এদিন আগতে তেওঁৰ ৩১ তম জন্মদিন উদযাপন কৰে। ২৬ জুলাইত তেওঁৰ ছবি 'মিমি' (Mimi) মুক্তি পাইছে, যাৰ ফলত তেওঁৰ সুখ দুগুণ হৈছে।