বিভিন্ন গীতত আকৰ্ষণীয় ৰূপত নৃত্য কৰি সদায় চৰ্চাত থাকে জনপ্ৰিয় গয়িকা স্বপ্না চৌধুৰী। প্ৰায়ে ভাইৰেল হৈ পৰে অভিনেত্ৰীগৰাকীয়ে নৃত্য কৰা ভিডিঅ’।Photo- Instagram হাৰিয়ানাৰ৩০ বছৰীয়া সুন্দৰী কণ্ঠশিল্পীগৰাকী যোৱা জানুৱাৰী মাহত বিয়াত বহিছিল। Photo- Instagram হাৰিয়ানাৰ জনপ্ৰিয় বীৰ ছাহুৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল স্বপ্না। দীৰ্ঘদিন ধৰি দুয়োৰে মাজত থকা প্ৰেমৰ সম্পৰ্কৰ অন্তত বিবাহ সম্পন্ন হৈছিল দুয়োৰে মাজত।Photo- Instagram কিন্তু নিজৰ বিয়াৰ কথা জনোৱা নাছিল স্বপ্নাই।Photo- Instagra যোৱা জুলাই মাহত নিজৰ ছচিয়েল মিডিয়া ছাইটত প্ৰথমবাৰৰ বাবে সেন্দুৰ পিন্ধা ফটো আপলোড কৰিছিল স্বপ্নাই।Photo- Instagram আচলতে কোৰোণা পৰিস্থিতিৰ বাবে বিয়াক লৈ কোনো ধৰণৰ খা-খবৰ দিয়া নাছিল সুন্দৰীগৰাকীয়ে।Photo- Instagram এতিয়া মাতৃত্বৰ গৌৰৱ অৰ্জন কৰিলে স্বপ্না চৌধুৰীয়ে।Photo- Instagram যোৱা ৪ অক্টোবৰ তাৰিখে এটি পুত্ৰ সন্তান জন্ম দিয়ে স্বপ্না চৌধুৰীয়ে।Photo- Instagram