Home » photogallery » lifestyle »Entertainment : কংগনা ৰাণাৱটৰ পৰা ৰাণী মুখাৰ্জীলৈ, বহু অভিনেত্ৰীয়ে অক্ষয় কুমৰৰ সৈতে কৰিব বিচৰা নাছিল চিনেমা, কিয়...

Entertainment : কংগনা ৰাণাৱটৰ পৰা ৰাণী মুখাৰ্জীলৈ, বহু অভিনেত্ৰীয়ে অক্ষয় কুমৰৰ সৈতে কৰিব বিচৰা নাছিল চিনেমা, কিয়...

অক্ষয় কুমাৰ (Akshay Kumar)ৰ উপস্থিতিয়েই এখন চিনেমা হিট হোৱাৰ সম্ভাৱনা বহু বেছি বঢ়াই তোলে।কিন্তু বলীউড (Bollywood)ত এনে কিছুমান অভিনেত্ৰী (Actress)ও আছে যিসকলে অক্ষয় কুমাৰৰ বিপৰীতে অভিনয় প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছিল।