Disha Patani in Maldives: দিশা পাটানীয়ে ছেয়াৰ কৰিলে মালদ্বীপত অৱসৰ বিনোদনৰ সময়ত বিকিনী পিন্ধি তোলা ফটো। চাওক কোনটো ৰঙত লাগিছে অতি আবেদনময়ী?
মালদ্বীপত বিকিনী পৰিহিত দিশা পাটানীয়ে সাগৰ তীৰত তুলিছে ধুমুহা। বয়ফ্ৰেইণ্ড টাইগাৰ শ্ৰফৰ সৈতে কটাই আছে অৱসৰৰ সময়।
মালদ্বীপত অৱসৰ বিনোদন দিশা পাটানীৰ। ভবা ধৰণেই নিজৰ বিকিনি পৰিহিত আবেদনময়ী ফটোৰে ছচিয়েল মিডিয়া গৰম কৰি তুলিছে দিশাই। চাওক চুইমৱেৰত মালদ্বীপৰ সাগৰ তীৰত কেনেদৰে উত্তাপ বঢ়াই তুলিছে দিশা পাটানীয়ে। (Image: Instagram)
এটা বহুৰঙী 'মোনোকিনি'ৰে(monokini) দিশা পাটানীয়ে বতাহত বিলাই দিছে নিজৰ সৌন্দৰ্য সুধা । (Image: Instagram)
জন্তুৰ ছবি প্ৰিণ্ট কৰা এই বিকিনিত এক ঐন্দ্ৰজালিক সৌন্দৰ্য উদ্ভাসিত হৈ পৰিছে দিশা পাটানীৰ দেহ বল্লৰীত। (Image: Instagram)
সাগৰ তীৰত বিকিনীয়েই হৈছে চেলিব্ৰিটীসকলৰ পছন্দৰ সাজ। এটি শুভ্ৰ বিকিনীত পজ দিছে দিশা পাটানীয়ে। (Image: Instagram)
চকু চাট মাৰি ধৰে, যেতিয়া ক'লা বিকিনীত দেখা যায় মোহময়ী দিশা পাটানীক। এক কথাত দশা পাটানীক 'হট' লাগে ক'লা বিকিনীত। (Image: Instagram)
সূৰ্যস্নাতা দিশা পাটানী। সূৰ্যদেৱৰ পৰশত নিজৰ দেহত নতুন প্ৰাণ সঞ্চাৰৰ চেষ্টাত দিশা। নীলা বিকিনীৰে দিশা পাটানীৰ সূৰ্যস্নান।(Image: Instagram)







