মনৰ ফটোফ্ৰেমৰ পৰা ৰণবীৰ কাপুৰৰ ফটো ২০১৮ চনত ডিলিট কৰি ৰণবীৰ সিঙৰ সৈতে বিয়াত বহিছিল দীপিকা। কিন্তু হঠাত্ কি হ’ল? প্ৰতিটো ছচিয়েল মিডিয়া হেণ্ডেলতে কিয় ৰণবীৰৰ কাপুৰৰ সৈতে অন্তৰংগ মুহূৰ্তৰ ফটো শ্বেয়াৰ কৰিলে দীপিকাই? কি পুণৰ ৰণবীৰ কাপুৰৰ সৈতে সম্পৰ্ক গঢ়ি উঠিছে নেকি সুন্দৰী অভিনেত্ৰীগৰাকীয়ে? এয়া কিহৰ ইংগিত? এই প্ৰশ্ন কৰিছে দীপিকাৰ অনুৰাগীয়ে।