Change Language
মুখ্যপৃষ্ঠা » ফটো » জীৱন শৈলী
3/ 5


‘২১ মাহত তাইক ঘৰলৈ আনিছিলো, এতিয়া তাই আমাৰ ঘৰখন সম্পূৰ্ণ কৰিছে’- কন্যাৰ জন্মদিনৰ দিনা ছচিয়েল মিডিয়াত ছানী লিয়নীৰ আবেগিক পষ্ট।
4/ 5


১১টা দম্পতিয়ে কেৱল শৰীৰৰ ৰঙৰ বাবেই নিশাক আঁকোৱালি ল’ব বিচৰা নাছিল। কিন্তু ছানী লিয়নীয়ে কোনো প্ৰশ্ন নকৰি আঁকোৱালি লৈছিল নিশাক।