Home » photogallery » lifestyle »বিশ্বকাপৰ মাজতো অব্যাহত থাকিল ছলমান খানৰ চমক! ভাৰত ছবিয়ে গঢ়িলে অভিলেখ

বিশ্বকাপৰ মাজতো অব্যাহত থাকিল ছলমান খানৰ চমক! ভাৰত ছবিয়ে গঢ়িলে অভিলেখ

বক্স অফিচত প্ৰতিবাৰেই অভিনেতা ছলমান খান অভিনীত প্ৰতিখন ছবিয়েই লাভ কৰিছে ব্যাপক সফলতা। ছলমান খানৰ নৱতম ছবি ভাৰতে মুক্তিৰ প্ৰথম দিনাই উপাৰ্জন কৰিলে অভিলেখ সংখ্যক ৪২.৩০ কোটি টকা। ২০১৯ ত মুক্তিলাভ কৰা বলিউডৰ কোন কেইখন ডাঙৰ ছবিয়ে মুক্তিৰ প্ৰথমদিনাই বক্স অফিচত কিমান টকা উপাৰ্জন কৰিছিল?