সৰু পৰ্দাৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী। ভোজপুৰী ছবিটো অভিনেত্ৰীগৰাকী অত্যন্ত জনপ্ৰিয়। অভিনেত্ৰীগৰাকীৰ নাম হ’ল স্মৃতি সিনহা।কেইদিনপূৰ্বে অভিনেত্ৰীগৰাকীয়ে কৰিছিল ফটোশ্বুট। ২০১২ চনত ভোজপুৰী ছবিত প্ৰথমবাৰৰ বাবে অভিনয় কৰিছিল অভিনেত্ৰীগৰাকীয়ে। অভিনেত্ৰীগৰাকীয়ে কেইদিনমান পূৰ্বে কৰিছিল ফটোশ্বুট। কিন্তু ফটোশ্বুট কৰি থকাৰ মাজতে ঘটি থাকিল বিশেষ ঘটনা। ফটোশ্বুট কৰি থাকোতেই অভিনেত্ৰীগৰাকীক একাংশ লোকে অশ্লীল কমেণ্ট দিয়ে। ফলত খঙৰ ভমকত অভিনেত্ৰীয়ে ধমক দিয়ে লোকসকলক। পিছত ছচিয়েল মিডিয়াত অভিনেত্ৰীগৰাকী ব্যাপক ভাবে ট্ৰ’লৰ সন্মুখীন হয়। কিন্তু এই সন্দৰ্ভত অভিনেত্ৰীগৰাকীয়ে এতিয়া কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।