ইখনৰ পিছত সিখন ফটো। বাথৰুমৰ ভিতৰত মিৰৰ ছেলফী এইগৰাকী অভিনেত্ৰীৰ। আনকি ফটো নিজৰ ইনষ্টাগ্ৰাম পেজত শ্বেয়াৰ কৰিলে মডেল-অভিনেত্ৰী মান্দানা কাৰিমীয়ে। বিগবছ-৯ খ্যাত ইৰাণৰঅভিনেত্ৰীগৰাকীৰ এই ফটো এতিয়া ভাইৰেল হৈছে ছচিয়েল মিডিয়াত। ফটোত এতিয়া হাজাৰ হাজাৰ লাইক। ইৰাণৰ নাগৰিক হ’লেও, বৰ্তমান মুম্বাইতে থাকে মান্দানা। ল’ক ডাউনৰ বাবে নিজৰ দেশলৈ ঘূৰি যাব পৰা নাই অভিনেত্ৰীগৰাকীয়ে। কিছুদিন পৰ্বে চকুৰ ইনফেকশ্যন হোৱা ফটো পোষ্ট কৰিছিল অভিনেত্ৰীগৰাকীয়ে।