অন্তঃসত্ত্বা হোৱাৰে পৰা আৰম্ভ হৈছিল বিতৰ্ক। কিন্তু নীৰৱে থাকি কিদৰে বিতৰ্ক এৰাই চলিব লাগে, সেয়া দেখুৱাই দিছে সাংসদ অভিনেত্ৰী আৰু প্ৰেমিক যশ দাসগুপ্তই। সন্তানৰ পিতৃ কোন সেয়া জানিবলৈ আগ্ৰহী নেটিজেনক প্ৰত্যুত্তৰ দি নুছৰতে কয়, ‘কোনোৱে তেওঁৰ সন্তানৰ পিতৃ কোন সেয়া জানিব বিচৰাতো তেওঁক অপমান কৰা। সন্তানৰ পিতৃয়ে জানে পিতৃ কোন, সেয়ে আন কাৰো জনাৰ প্ৰয়োজন নাই।’ (ফটো : ইনষ্টাগ্ৰাম)