Home » photogallery » lifestyle »Happy Birthday: আজি অসমীয়া চলচ্চিত্ৰ জগতৰ মোহময়ী অভিনেত্ৰী ৰিম্পী দাসৰ জন্মদিন...

Happy Birthday: আজি অসমীয়া চলচ্চিত্ৰ জগতৰ মোহময়ী অভিনেত্ৰী ৰিম্পী দাসৰ জন্মদিন...

আজি অসমৰ চলচ্চিত্ৰ জগতৰ (Assamese Film Industry) মোহময়ী অভিনেত্ৰী ৰিম্পী দাসৰ (Rimpi Das) জন্মদিন। তেওঁ অসমৰ লগতে ভাৰতীয় টেলিভিছন (TV) জগতৰো এখন চিনাকী মুখ।