চিনি পাইছেনে? ৰাখী বন্ধনৰ দিনা মৰমৰ ককায়েকে ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিলে অসমৰ জনপ্ৰিয় অভিনেত্ৰীগৰাকীৰ সৈতে সৰু কালৰ ফটো। অভিনেতা অংকুৰ বিষয়াই এনেদৰে ৰাখী বন্ধনৰ দিনা ছচিয়েল মিডিয়াত আপলোড কৰিলে পৰিয়ালৰ পুৰণি ফটো। অংকুৰ বিষয়াই শ্বেয়াৰ কৰা ফটো এতিয়া ভাইৰেল হৈছে ছচিয়েল মিডিয়াত। অভিনেত্ৰী বৰষা ৰাণী বিষয়াই এনেদৰে উদযাপন কৰিলে ৰাখী বন্ধন। অভিনেত্ৰী গৰাকীয়ে আনকি ছচিয়েল মিডিয়াটো শ্বেয়াৰ কৰিলে ফটো। জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়া প্ৰায়ে সক্ৰিয় ছচিয়েল মিডিয়াত। ৰাখী বন্ধন উদযাপন কৰা ফটোও নিজৰ ইনষ্টাগ্ৰাম পেজত শ্বেয়াৰ কৰিলে অভিনেত্ৰীগৰাকীয়ে।