Change Language
মুখ্যপৃষ্ঠা » ফটো » জীৱন শৈলী
2/ 6


ছানী লিয়নী। এই নাম মানেই যেন বিতৰ্ক। ছচিয়েল মিডিয়াতো সক্ৰিয় অভিনেত্ৰীগৰাকী। পৰ্ণ ইণ্ডাষ্ট্ৰীৰ পৰা বলীউদত খোজ দিছিল অভিনেত্ৰীগৰাকীয়ে।
3/ 6


ল’ক ডাউনৰ পিছৰে পৰা ছানী লিয়নী আছে এতিয়া আমেৰিকাত। তাৰ মাজতে অভিনেত্ৰীগৰাকীয়ে ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিলে সাহসী পোষ্ট।photo source collected
4/ 6


সম্প্ৰতি অভিনেত্ৰীগৰাকীয়ে ছচিয়েল মিডিয়াত এখন বিশেষ ফটো শ্বেয়াৰ কৰিছে। ফটো খনত ৰঙা লিপষ্টিক লৈ ছানী লিয়নীয়ে বিশেষ পোছাক পৰিধান কৰা দেখিবলৈ পোৱা হৈছে।
5/ 6


অভিনেত্ৰীগৰাকীয়ে আনকি শ্বেয়াৰ কৰা পোষ্ট দেখি, তেওঁ পুনৰ পৰ্ণ ইণ্ডাষ্ট্ৰীলৈ উভতি যাব বুলিও সন্দেহ প্ৰকাশ কৰিছে বহুতে। অভিনেত্ৰীগৰাকীয়েও এক নতুন বাৰ্তা দিয়াৰ চেষ্টা কৰিছে।