Change Language
মুখ্যপৃষ্ঠা » ফটো » জীৱন শৈলী
1/ 5


অভিনেত্ৰীগৰাকীৰ নাম মুনমুন দত্ত। যৌন উত্তেজক আৰু অশ্লীল ছবিত অভিনয় কৰি এতিয়া মানসিক অস্থিৰতাত ভুগিছে অভিনেত্ৰী মুনমুনে।
2/ 5


তাৰক মেহতা কা উল্টা চশমা নামৰ ধাৰাবাহিকখনত ববিতাৰ চৰিত্ৰত অভিনয় কৰিছে মুনমুন দত্তই। মুনমুন ছচিয়েল মিডিয়াতো অত্যন্ত এক্টিভ। নানা ধৰণৰ ফটো পোষ্ট কৰে অভিনেত্ৰীগৰাকীয়ে।
3/ 5


মুনমুনে এটা ইণ্টাৰভিউৰ জৰিয়তে কৈছে যে, তেওঁলৈ বহুদিন ধৰি কিছু অশ্লীল ফটো প্ৰেৰণ কৰা হৈছে। একাংশই ইচ্ছা কৰি শ্বেয়াৰ কৰে অশ্লীল ফটো। আনকি আপত্তিজনৰক ফটোও শ্বেয়াৰ কৰে। যৌন উত্তেজক আৰু অশ্লীল ছবিত অভিনয় কৰি নিজৰ জীৱন শেষ কৰিলে বুলিও মন্তব্য কৰে অভিনেত্ৰীগৰাকীয়ে।
4/ 5


মুনমুনে লগতে কৈছে যে, প্ৰথমে এনেধৰণৰ কমেণ্ট দেখি তেওঁ অত্যন্ত দুখ পাইছিল। কিন্তু পিছত অনুভৱ কৰিলে যে, মানুহ কেতিয়াও পৰিৱৰ্তন নহয়।