Home » photogallery » lifestyle »Nusrat Jahan: অচিৰেই মাতৃ হ'বলৈ সাজু হৈছে মোহময়ী নুছৰত জাহান। জীৱনৰ নতুন অধ্যায় আৰম্ভ কৰিব সাংসদ-অভিনেত্ৰী নুছৰত জাহানে।

Nusrat Jahan: অচিৰেই মাতৃ হ'বলৈ সাজু হৈছে মোহময়ী নুছৰত জাহান। জীৱনৰ নতুন অধ্যায় আৰম্ভ কৰিব সাংসদ-অভিনেত্ৰী নুছৰত জাহানে।

নুছৰত জাহান। একেধাৰে টলিউডৰ প্ৰথম শাৰীৰ অভিনেত্ৰী আৰু বছিৰহাট সমষ্টিৰ সাংসদ। পিছে নুছৰত জাহানৰ এটা কথা সকলোৱেই জানে যে তেওঁ অতি স্বাধীনচেতা আৰু প্ৰচণ্ড সাহসী। সোঁতৰ বিপৰীতে গৈ জীৱন উপভোগ কৰি ভাল পায় নুছৰত জাহানে।