অভিনেত্ৰী মনালিছা (Monalisa)ই নিজৰ বিশেষ বিশেষ ভংগিমাৰে ফেনছসকলৰ হৃদয়ৰ গতি ত্বৰাণ্বিত কৰি তোলে। ফেনছসকলক মজা দিয়াত কোনোধৰণৰ কাৰ্পণ্য নকৰে মনালিছাই, সেয়া লাগিলে চিনেমাই হওক নাইবা কোনো মিডিয়া ফাংচন। ইনষ্টাগ্ৰামত মনালিছাৰ (Monalisa instagram Post) আছে যথেষ্ট ফেনছ আৰু অভিনেত্ৰীগৰাকীয়ে ছচিয়েল মিডিয়াত অতি তক্ৰিয় হৈ থাকে । মনালিছাই ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে কেইখনমান আকৰ্ষণীয় ফটো যিবোৰ দেখি ফেনছসকলৰ অৱস্থা নিশ্চিতভাবেই কাহিল হৈ পৰিছে ।
মনালিছাৰ গ্লেমাৰাছ (Monalisa Glamorous) ৰূপ ফেনথসকলেখুউব পছন্দ কৰিছে । মনালিছাৰ নতুন ৰূপ (monalisa New look)ৰ বলিয়া হৈ পৰিছে তেওঁৰ ফেনছসকল। এই চমৎকাৰ ফটোবোৰ দেখি ফেনছসকলে ধাৰাসাৰ কমেণ্ট কৰিছে। এজন ইউজাৰে মনালিছাৰ ফটো দেখি লিখিছে, 'বচ্চে কি জান লেগি ক্যা?' আনহাতে বহু ইউজাৰে হাৰ্ট নাইবা জুইৰ ইমোজিৰে দিছে প্ৰতিক্ৰিয়া।