Home » photogallery » lifestyle »Monalisa in Red : 'বচ্চে কি জান লেগি ক্যা?' খোলা কেশ আৰু ৰঙা শাড়ীত 'বাঙালী বৌদী' মনালিছাই হট লুকছেৰে ধুমুহা তুলিছে ফেনছৰ হৃদয়ত,

Monalisa in Red : 'বচ্চে কি জান লেগি ক্যা?' খোলা কেশ আৰু ৰঙা শাড়ীত 'বাঙালী বৌদী' মনালিছাই হট লুকছেৰে ধুমুহা তুলিছে ফেনছৰ হৃদয়ত,

টিভি ছিৰিয়েলৰ জৰিয়তে নিজৰ যৌৱনৰ যাদু চলাবলৈ সক্ষম হোৱা অভিনেত্ৰী মনলিছাই (Monalisa) নিজৰ কাম আৰু প্ৰায়েই ছচিয়েল মিডিয়াৰ কাম কাজক লৈ চৰ্চাত থাকে। নিজৰ ফেনছসকলৰ মনোৰঞ্জনত কোনো কৃপণালী নকৰে মনালিছাই।