Change Language
মুখ্যপৃষ্ঠা » ফটো » জীৱন শৈলী
1/ 5


জনপ্ৰিয় কণ্ঠশিল্পী তথা অভিনেত্ৰী দীপলিনা ডেকা প্ৰায়ে সক্ৰিয় ছচিয়েল মিডিয়াত। যুৱ প্ৰদজন্মৰ মাজত বৰ্তমান সময়ত দীপলিনা ডেকা এক অত্যন্ত জনপ্ৰিয় নাম। বহুতৰে বাবে সপোনৰ ৰাণী অভিনেত্ৰীগৰাকী।
2/ 5


শুকুৰবাৰে অভিনেত্ৰী দীপলিনাই ছচিয়েল মিডিয়াত আকৰ্ষণীয় ৰূপত আপলোড কৰিছিল কেইখন মান ফটো। দীপলিনাৰ ফটো দেখি এগৰাকী অনুৰাগীৰ ব্যতিক্ৰমী কমেণ্ট।
3/ 5


অভিনেত্ৰী দীপলিনাৰ ফটোত অনুৰাগীয়ে লিখে যে, ‘আপুনি জানেনে আপোনাৰ কাৰণে যে ল’ৰা বোৰেই নহয়, ছোৱালীবোৰো পাগল।’
4/ 5


অনুৰাগীৰ কমেণ্টত দীপলিনাই ৰিপ্লাই দিয়ে যে, ‘যদি সঁচাকৈয়ে এনেকুৱা হয়, তেন্তে এয়া মোৰ বাবে আশীৰ্বাদ। সকলোৱে মোৰ মৰমৰ।