Home » photogallery » lifestyle »PICS: চাৰমিনাৰত এতিয়াৰ পৰা হ'ব 'ছান ডে ফান ডে' অনুষ্ঠান, আনন্দময় সাপ্তাহান্তিকৰ ভৰপূৰ আয়োজন

PICS: চাৰমিনাৰত এতিয়াৰ পৰা হ'ব 'ছান ডে ফান ডে' অনুষ্ঠান, আনন্দময় সাপ্তাহান্তিকৰ ভৰপূৰ আয়োজন

হায়দৰাবাদত চহৰখনৰ আটাইতকৈ বিখ্যাত লেণ্ডমাৰ্ক চাৰমিনাৰ (Charminar)ত এতিয়া প্ৰতি দেওবাৰে ফান ডে অনুষ্ঠানৰ বাবে নতুন গন্তব্যস্থান হৈ পৰিছে। এইটো ১৭ অক্টোবৰ, দেওবাৰৰ পৰা আৰম্ভ হৈছে। এতিয়া চাৰমিনাৰৰ ব্যস্ত এলেকাটোত প্ৰতি দেওবাৰে কোনো যান-বাহন নচলিব। সন্ধিয়া ৰঙীন লেজাৰ শ্বোৰে উজলি উঠিব চাৰমিনাৰ। (প্ৰতিবেদন/ছবি- দেৱ কুমাৰ পুখৰাজৰ)