এই ফাণ্ডত যিসকলে টকা বিনিয়োগ কৰে, তেওঁলোকৰ টকা ১১৯ গুণ বৃদ্ধি পাইছে। ২০ বছৰ যদি কোনোৱে ১ লাখ টকা বিনিয়োগ কৰি থাকিলে, বৰ্তমান সেই টকাৰ মূল্য ১.২ কোটি।
9/ 12
ফ্ৰানক্লিন প্ৰাইমা Franklin Prima-ত বিগত ২০ বছৰ ধৰি বিনিয়োগকাৰীসকলে ২৬.১ শতাংশ ৰিটার্ন দিছে ৷ ২০ বছৰ পূৰ্বে কোনো লোকে ১ লাখ টকা বিনিয়োগ কৰিলে তেওঁ ১.০৩ কোটি টকা লাভ কৰে।
10/ 12
(ICICI Prudential Technology fund -এই ফাণ্ডে বিগত ১০ বছৰে ২৪ শতাংশ ৰিটাৰ্ণ দিছে। এই ফাণ্ডত ১ লাখ টকা বিনিয়োগ কৰি থাকিলে, মূল্য হ'বগৈ ৭৪.২ লাখ টকা।
11/ 12
মিউচ্যুৱেল ফাণ্ডত ষ্টেট বেংকৰ এক বিশ্বস্ত নাম-SBI Magnum Global fund। ২০ বছৰে ২৪ শতাংশ ৰিটাৰ্ণ দি আহিছে। ২০ বছৰত এই ফাণ্ডৰ ভৱিষ্যত ভালেখিনি স্পষ্ট।
12/ 12
২০ বছৰ পূৰ্বৰে পৰা ১ লাখ টকা বিনিয়োগ কৰি থাকিলে বৰ্তমাৱ ৭৪ লাখ টকা হৈছে। (SBI Contra) ফাণ্ডত ২০ বছৰত ২৩.৯ শতাংশ বিনিয়োগৰ বাবে।