গৱেষকৰ দাবী, মদ্যপানতকৈ গৰুৰ গাখীৰ বেছি ক্ষতিকাৰক। কাৰণ গৰুৱে যাতে বেছি গাখীৰ দিব পাৰে, তাৰ বাবে কৃত্ৰিম ৰাসায়নিক প্ৰদাৰ্থ প্ৰয়োগ কৰা হয়। এই ৰাসায়নিক পদাৰ্থ মানুহৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। আনকি কৰ্কটৰ দৰে দুৰাৰোগ্য ৰোগ হোৱাৰো সম্ভাৱনা থাকে। গতিকে গৰুৰ গাখীৰৰ পৰিৱৰ্তে চয়া মিল্ক বা আমণ্ড মিল্ক খোৱাৰ পৰামৰ্শ দিছে গৱেষকে।