শনি গ্ৰহক লৈ বহুতৰে ভয়।শনি দেৱতাক সন্তুষ্ট কৰিবলৈ উঠি পৰি লাগে সকলো। কাৰণ শাস্ত্ৰমতে, শনিৰ ৰোষত পৰিলে জীৱন ছাড়খাৰ হৈ যায়। সেইদৰে শনি দেৱতা সন্তুষ্ট হ’লে জীৱনত সাফল্যই সাফল্য! আজি বছৰৰ শেষৰটো শনিবাৰ। ভুলটো ক্ৰয় নকৰিব এইকেইটা সামগ্ৰী। দেখিব ২০২১ত টকাৰ বৰষুণ আহিব!