সম্প্ৰতি প্ৰকাশিত এক খবৰ অনুসৰি, ভাৰতীয় ব্ৰেণ্ড Dolo 650 কোৰোণা মহামাৰীৰ সময়ত আটাইতকৈ জনপ্ৰিয় টেবলেট হিচাপে পৰিগণিত হৈছে। এই সময়ত আটাইতকৈ বেছি বিক্ৰী হৈছে এই টেবলেট। যদিও কোৰোণাৰ পূৰ্বেও এই ঔষধ ব্যৱহাৰ কৰা হৈছিল। কিন্তু এই ঔষধ কিয় কোৰোণাৰ সময়ত আটাইতকৈ বেছিকৈ ব্যৱহৃত হৈছে? কেতিয়া গ্ৰহণ কৰা উচিত এই টেবলেট... কিদৰে কাম কৰে এই ঔষধে?