Home » photogallery » lifestyle »Diwali 2021: দিপাৱলী উদযাপনৰ সময়ত মনত ৰাখিব এইকেইটা গুৰুত্বপূৰ্ণ কথা, ঘৰলৈ আহিব সুখ-সমৃদ্ধি...

Diwali 2021: দিপাৱলী উদযাপনৰ সময়ত মনত ৰাখিব এইকেইটা গুৰুত্বপূৰ্ণ কথা, ঘৰলৈ আহিব সুখ-সমৃদ্ধি...

দিপাৱলী (Diwali) হিন্দু ধৰ্মৰ প্ৰধান উৎসৱ। এইটো এটা ৪ দিনীয়া উৎসৱ, যি ধনতেৰাছৰ পৰা ভাই দুজলৈ ৪ দিনৰ বাবে চলে। দেৱালী হৈছে অন্ধকাৰৰ ওপৰত পোহৰৰ বিজয় দেখুওৱা এক উৎসৱ। প্ৰতি বছৰে কাতি মাহৰ অমাৱস্যাৰ দিনা দীপাৱলীত মাতৃ লক্ষ্মী (Maa Lakshmi) আৰু শ্ৰী গণেশ (Lord Ganesha)ৰ উপাসনা কৰাৰ বাবে এক নিয়ম আছে।