Home » photogallery » lifestyle »সমাগত পোহৰৰ উৎসৱ, জানক দীপাৱলীত কিয় প্ৰদীপ জ্বলোৱা হয়?

সমাগত পোহৰৰ উৎসৱ, জানক দীপাৱলীত কিয় প্ৰদীপ জ্বলোৱা হয়?

দীপাৱলীৰ সময়ত ঘৰে ঘৰে মমবাতি, প্ৰদীপ জ্বলোৱাৰ আঁৰত আছে এক বিশেষ কাহিনী। সেই প্রচলিত কাহিনী মানিয়ে আজিও পোহৰৰ ৰঙেৰে ৰঙীণ হৈ উঠে সমগ্ৰ দেশ–বিদেশ।