Home » photogallery » lifestyle »Diabates Control Tips: ডায়েবেটিছ ৰোগীৰ বাবে বৰবিহ এই ৭বিধ খাদ্য! মুখত দিলেই বাঢ়িব ছুগাৰ লেভেল

Diabates Control Tips: ডায়েবেটিছ ৰোগীৰ বাবে বৰবিহ এই ৭বিধ খাদ্য! মুখত দিলেই বাঢ়িব ছুগাৰ লেভেল

Diabates Control Tips: ডায়েবেটিছ এক মাৰাত্মক ৰোগ আৰু ইয়াৰ কোনো স্থায়ী চিকিৎসা নাই। ইয়াক কেৱল স্বাস্থ্যকৰ জীৱনশৈলী আৰু খাদ্যৰ মাধ্যমেৰে নিয়ন্ত্ৰণ কৰিব পাৰি।