உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    Home » photogallery » lifestyle »Good News: চৰকাৰী কৰ্মচাৰীসকললৈ ভাল খবৰ ! DA ৯% বৃদ্ধি, কোনে লাভান্বিত হ'ব জানি লওক...

    Good News: চৰকাৰী কৰ্মচাৰীসকললৈ ভাল খবৰ ! DA ৯% বৃদ্ধি, কোনে লাভান্বিত হ'ব জানি লওক...

    কেন্দ্ৰীয় চৰকাৰে ছট পূজাত (Chhath Pooja) কিছুমান চৰকাৰী কৰ্মচাৰীক (Government Employees) বিশেষ উপহাৰ দিছে। দৰাচলতে, চৰকাৰে বিএছএনএল (BSNL)ৰ কৰ্মচাৰীসকলৰ DA (Dearness Allowance Hike) বৃদ্ধি কৰিছে। ই লগতে স্পষ্ট কৰি দিছে যে বৰ্ধিত DA ২০২১ চনৰ নৱেম্বৰৰ পৰা কাৰ্যকৰী হ'ব।