পদক্ষেপ ৩: যিসকল পঞ্জীভুক্ত নহয় তেওঁলোকে 'একাউণ্ট নাই, নতুন ব্যৱহাৰকাৰী হিচাপে পঞ্জীয়ন কৰক' বিকল্পত ক্লিক কৰিব লাগিব। আপুনি আপোনাৰ ম'বাইল নম্বৰ, কেপচা কোড দিব লাগিব। তাৰ পিছত 'অ'টিপি প্ৰেৰণ কৰক'ত ক্লিক কৰক। আপুনি ওটিপি, ইপিআইচি নম্বৰ, পাছৱৰ্ডৰ দৰে প্ৰয়োজনীয় তথ্য প্ৰদান কৰি 'ৰেজিষ্টাৰ' বুটামত ক্লিক কৰিব লাগিব।<br />পদক্ষেপ ৪: 'ফৰ্ম ৬বি'ত ক্লিক কৰক। আপুনি আপোনাৰ নিজৰ ৰাজ্য আৰু বিধানসভা/সংসদীয় সমষ্টি বাছনি কৰিব লাগিব।