Home » photogallery » lifestyle »1st July Rules Changes: আজিৰে পৰা দেশজুৰি এইসমূহ বিত্তীয় নিয়মৰ বৃহৎ সালসলনি, আপোনাৰ ওপৰত পৰিব পোণপটীয়া প্ৰভাৱ

1st July Rules Changes: আজিৰে পৰা দেশজুৰি এইসমূহ বিত্তীয় নিয়মৰ বৃহৎ সালসলনি, আপোনাৰ ওপৰত পৰিব পোণপটীয়া প্ৰভাৱ

1 জুলাইৰ পৰা দেশত বহু ধৰণৰ পৰিৱৰ্তন বলৱৎ হৈছে (Changes from 1st july 2021) ইয়াৰ পোণপটীয়া প্ৰভাৱ সাধাৰণ জনতাৰ ওপৰত পৰিব। গেছ চিলিণ্ডাৰ (LPG Cylinder), স্মল চেভিংছ স্কীম (Small savings scheme) আৰু বেংকিঙৰ সৈতে জৰিত বহুতো নিয়মৰ সালসলনি হৈছে।

  • |