<strong>যিজন দয়ালু নহয় তেওঁৰ পৰা দূৰৈত থাকক</strong><br /> চাণক্য নীতি অনুসৰি যিজন ব্যক্তিৰ ওচৰত ধৰ্ম আৰু দয়া নাই, তেওঁৰ পৰা সদায় আঁতৰত থাকিব। যিজন গুৰুৰ ওচৰত আধ্যাত্মিকতা জ্ঞান নাই, তেওঁকো নিজৰ পৰা নিলগাই ৰাখক। যি গৰাকী পত্নীৰ মূখত অনবৰতে ঘৃণা থকে, তেওঁক দূৰ কৰক। যি আত্মীয়ৰ ওচৰত প্ৰেম নাই তেওঁক আতৰাই পেলাওক। (প্ৰতীকাত্মক ফটো- shutterstock.com)