Home » photogallery » lifestyle »Chanakya Niti: ঘৃণা কৰা জনৰ সংগ শীঘ্ৰে ত্যাগ কৰক, জানি থওক আচাৰ্য চাণক্যৰ ৫ বাণী

Chanakya Niti: ঘৃণা কৰা জনৰ সংগ শীঘ্ৰে ত্যাগ কৰক, জানি থওক আচাৰ্য চাণক্যৰ ৫ বাণী

আচাৰ্য চাণক্য (Acharya Chanakya)ই নীতি শাস্ত্ৰৰ মাধ্যমেৰে (Chanakya Niti)ত তেওঁৰ জ্ঞান আৰু অনুভৱৰ আধাৰত জীৱনৰ যি কোনো পৰিস্থিতি সন্মূখীন হ'বলৈ আৰু সূখ-দুখত বিচলিত নহ'বলৈ বহু মহত্বপূৰ্ণ বাণী কৈ গৈছে। তেওঁ যি মানুহৰ ওচৰত ধৰ্ম আৰু দয়া নাথাকে তেনেলোকক নিজৰ পৰা দূৰ কৰা আৰু যিজন গুৰুৰ ওচৰত আধ্যাত্মিকতাৰ জ্ঞান নাই তেওঁকো ত্যাগ কৰিবলৈ কৈ গৈছে। আচাৰ্য চাণক্যৰ নীতি বচন আজিও প্ৰাসংগিক।