Home » photogallery » lifestyle »7th Pay Commission: ১ কোটি কেন্দ্ৰীয় কৰ্মচাৰীৰ বাবে ভাল খবৰ ! দৰমহা ৯০ হাজাৰ টকালৈকে বৃদ্ধি কৰা হ'ব পাৰে...

7th Pay Commission: ১ কোটি কেন্দ্ৰীয় কৰ্মচাৰীৰ বাবে ভাল খবৰ ! দৰমহা ৯০ হাজাৰ টকালৈকে বৃদ্ধি কৰা হ'ব পাৰে...

কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ ওলাইছে। দেৱালীৰ আশে পাশে বা নৱেম্বৰত তেওঁলোকৰ দৰমহাত ডাঙৰ বৃদ্ধি হ'ব। ইয়াৰ ফলত ১ কোটিতকৈও অধিক কেন্দ্ৰীয় কৰ্মচাৰী আৰু পেঞ্চনাৰ (Pensioners) লাভান্বিত হ'ব। চৰকাৰে নৱেম্বৰ মাহত কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ (Central government employees) Dearness Allowance বৃদ্ধিৰ ঘোষণা কৰাৰ সম্ভাৱনা আছে।