Home » photogallery » lifestyle »7th Pay Commission: চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ! DA বৃদ্ধিৰ লগে লগে ইমানলৈ বাঢ়িব দৰমহা

7th Pay Commission: চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ! DA বৃদ্ধিৰ লগে লগে ইমানলৈ বাঢ়িব দৰমহা

সপ্তম দৰমহা আয়োগৰ পৰামৰ্শমৰ্মে বৃদ্ধি পাব বেতন। ১ জুলাইৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলৰ ডি এ বৃদ্ধিৰ সম্ভাৱনা আছে।