

বলিউড অভিনত্রী চেলিনা জেটলীয়ে বিশ্ব প্রি মেচিউৰ দিৱসত তেওঁৰ সন্তানক লৈ এটি আৱেগঘন পোষ্ট দিয়ে। যি সন্তান এই মুহূৰ্তত আৰু পৃথিৱীত নাই। জন্মৰ পিছতে চেলিনাই তেওঁক হেৰুৱাইছে। ৱৰ্ল্ড প্ৰি মেচিউৰ ডে’ত সেই দুখৰ কাহিনী বৰ্ণনা কৰিছে চেলিনাই। ইনষ্টাগ্ৰামত ব্যক্তিগত দুখ প্ৰকাশ কৰিলে চেলিনাই। Instagram@celinajaitlyofficial


চেলিনাই শেষত জনায় পৃথিৱীত অনেক শিশু আছে যি মেডিকেলি চেলেঞ্জড। সময়ৰ লগে লগে সুস্থও হৈ পৰে। সেই শিশুসকলৰ মাজৰে একাংশই উইনষ্টন চার্চিল বা এলবাৰ্ট আইনষ্টাইনৰ দৰে কিম্বদন্তীও হৈ পৰে। Instagram @celinajaitlyofficial.


ইনষ্টাগ্ৰামত চেলিনাই লিখিছে, প্ৰিমেচিউৰ শিশুৰ বিভিন্ন সমস্যা আছে, কিন্তু সকলো সময়তে আশাৰ আলোক যেন জ্বলি থাকে। তেওঁ সেই সকলো পিতৃ–মাত–ক ভৰসা দিব বিচাৰে। Instagram @celinajaitlyofficial.


এই পোষ্টত চেলিনাই জনায়, তেওঁ নিজৰ সন্তানক এনআইচিইউত ৰাখি বুকুত শিল বান্ধি আনটো সন্তানৰ শেষকৃত্য সম্পন্ন কৰিছিল। Instagram@celinajaitlyofficial.