কেঞ্চাৰৰ নাম শুনিলেই সকলোৱে ভয় খায়। পৰিয়ালৰ কোনো লোক এই ৰোগৰ চিকাৰ হোৱাৰ কথা শুনিলে মূৰত সৰগ ভাগি পৰা যেন লাগে। বিশেষকৈ বংশানুক্ৰমে এই ৰোগ হয় বুলি আৰু আতংকিত হয় বহু লোক। কেঞ্চাৰ যিমানেই সোনকালে ধৰা পৰে সিমানেই সোনকালে চিকিৎসা কৰি মুক্ত হোৱাৰ সম্ভাৱনা থাকে। কেঞ্চাৰৰ প্ৰথম পৰ্যায়ত কেতবোৰ লক্ষণ দেখিলেও অনুমান কৰিব পাৰি। জানো আহক সেইবোৰ।