কেলিফৰ্ণিয়াৰ এদল বিজ্ঞানীয়ে ক্ৰিস্প–কেপ০নাইন নামৰ এক ধৰণৰ জিন এডিটিং টুল ব্যৱহাৰ কৰিছে। তাৰে মহৰ জিনত পৰিৱৰ্তন অনাৰ চেষ্টা কৰিছে তেওঁলোকে। মহৰ লাইট সেন্সিং ৰিছেপটৰ্ছ অকৰ্মন্য কৰাৰ চেষ্টা কৰিছে বিজ্ঞানীসকলে।
5/ 5
বিজ্ঞানীসকলৰ এই গৱেষণা সফল হ’লে মহৰ দ্বাৰা বিয়পা বহু ৰোগৰ প্ৰকোপৰ পৰা মুক্তি পাব মানুহে। কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ গৱেষকসকলে কৈছে, এই গৱেষণাত মূলতঃ মহৰ দৃষ্টিশক্তি নিয়ন্ত্ৰণৰ চেষ্টা কৰা হৈছে।