এয়া সময় আছিল তেওঁৰ ফোন আহে, মেছেজ আহে। কিন্তু আজিকালি তাৰ ওলোটা। ফোন, মেছেজ প্ৰায় বন্ধ বুলিব পাৰি। আপুনি ফোন কৰিলে, ব্যস্ততা দেখুৱাই দুটা কথা পাতি ফোন ৰাখে। সমগ্ৰ দিনটোৰ ভিতৰত হয়তো এটা মেছেজ আহে। এনে হ’লে বুজিব যে তেওঁ আপোনাক এৰাই চলিব বিচাৰিছে। (প্ৰতীকী ফটো)