Home » photogallery » lifestyle »Raj Kaushal Passes Away: বিদায় ৰাজ ! মন্দিৰা বেদীৰ স্বামী ৰাজ কৌশলৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু... স্বামীৰ অন্তিম যাত্ৰাত আৱেগিক মন্দিৰা, উপস্থিত বলীউডৰ বহু তাৰকা...

Raj Kaushal Passes Away: বিদায় ৰাজ ! মন্দিৰা বেদীৰ স্বামী ৰাজ কৌশলৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু... স্বামীৰ অন্তিম যাত্ৰাত আৱেগিক মন্দিৰা, উপস্থিত বলীউডৰ বহু তাৰকা...

Raj Kaushal Passes Away: ৰাজ কৌশলৰ অন্ত্যেষ্টিক্ৰিয়াত বলীউডৰ বহু তাৰকা উপস্থিত আছে। অপূৰ্ব অগ্নিহোত্ৰী, হুমা কুৰেছি আৰু সমীৰ চোনিকে ধৰি কেইবাজনো তাৰকা অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত হয়।