Bollywood শব্দটো শুনিলেই মনলৈ আহে মুখৰোচক গচিপ, দ্বিতীয়তে সুন্দৰ অভিনেতা–অভিনেত্ৰীসকল। সুন্দৰীসকলৰ প্ৰতি মানুহৰ আকৰ্ষণ দুৰ্নিবাৰ। বলীউদ যেন সুন্দৰীৰ সমাহাৰ, কিন্তু একাংশই আকৌ ক’ব খোজে যে তেওঁলোক কেৱল মেকআপ কুইন। নিজকে অধিক সুন্দৰ কৰিবলৈ অত্যধিক মেকআপ লগাবলৈ অকণো কৃপণালি নকৰে। কিন্তু এই ধাৰণাটো একেবাৰেই ভুল। প্ৰায়ে বলীউদৰ অভিনেত্ৰীসকলে ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰি থাকে তেওঁলোকৰ আকৰ্ষণীয় ফটো। মেকআপ লুকৰ বিপৰীতে তেওঁলোক প্ৰকৃতেত দেখিবলৈ কেনেকুৱা! জানিবলৈ নিশ্চয় সকলোৰে মন যায়!