আগন্তুক কেইবাদিনো বেংকৰ সকলোকাম-কাজ বন্ধ থাকিব। ২৭ মাৰ্চৰ পৰা ৪ এপ্ৰিল ২০২১ পৰ্যন্ত বন্ধ থাকিব বেংক। ২৭ মাৰ্চ ২০২১, মাহৰ চতুৰ্থটো শনিবাৰ। গতিকে বন্ধ থাকিব বেংক। ২৮ মাৰ্চ ২০২১, দেওবাৰ, গতিকে বেংক বন্ধ। ২৯ মাৰ্চ ২০২১, ফাকুৱা, গতিকে বন্ধ থাকিব বেংক। ৩০ মাৰ্চ ২০২১, পাটনা শাখাৰ ছুটি। বাকী সকলো ঠাইতে বেংক খোলা থাকিব। ৩১ মার্চ ২০২১, বিত্তীয় বৰ্ষৰ শেষ দিন, গতিকে বন্ধ থাকিব বেংক। ১ এপ্রিল একাউণ্ট ক্লোজিংৰ দিন। ২ এপ্রিল ২০২১, গুড ফ্ৰাই দ্যে. গতিকে বন্ধ থাকিব বেংক। ৩ এপ্ৰিল ২০২১, নিৰ্ধাৰিত কোনো শাখা বেংক কোনো বিশেষ কাৰণত বন্ধ থাকিলেও, বাকী সকলো বেংক খোলা থাকিব। ৪ এপ্রিল ২০২১, দেওবাৰ, বন্ধ থাকিব বেংক। বিশেষত প্ৰতিখন ৰাজ্যৰ ক্ষেত্ৰত বন্ধ কিছু বেলেগ বেলেগ হয়, বিশদ ভাবে জানিবলৈ ৰিজাৰ্ভ বেংকৰ ৱেবচাইটত বন্ধৰ তালিকা চাওক।