কম ৰ'দৰ বাবেই ফলটো ভূ-ট্ৰপিজম বা মাধ্যাকৰ্ষণৰ বিপৰীত দিশত বৃদ্ধি হৈ সূৰ্যৰ পোহৰ পায়। ইয়াক ঋণাত্মক ভূ-ট্ৰপিজম বুলি কোৱা হয়। আনহাতে, বিকাশৰ এটা পৰ্যায়ত, মাধ্যাকৰ্ষণৰ টান মাটিৰ ফালে অলপ বেঁকা হয়। আৰু এই টনাটনিত, কলৰ আকৃতি বেঁকা হয়! photo source collected