Snakes Signs: সাপৰ সপোনৰ নানা অৰ্থ থাকে। জানি লওক কি সপোনৰ কি ফল! (Disclaimer : এই লিখনি সাধাৰণ তথ্য আৰু বিশ্বাসৰ ওপৰত আধাৰিত। News18 অসমে এয়া নিশ্চিত নকৰে।)
সপোনত যদি কোনো মন্দিৰত যদি সাপ দেখিছে তেন্তে শুভ বুলি ধৰা হয়। এই সপোন দেখিলে মনৰ ইচ্ছা পূৰণ হয়। photo source collected
4/ 6
কিন্তু সপোনত যদি ৰাস্তাত সাপ দেখে বা সাপে ৰাস্তা পাৰ হোৱা দেখে তেন্তে সেয়া খুব অশুভ। ৰাস্তাৰ বাওঁ দিশে সাপ দেখাও অশুভ। কিন্তু সোঁহাতে সাপ দেখাটো শুভ বুলি ধৰা হয়। photo source collected
5/ 6
সাপক যদি গছত বগাই ওপৰলৈ উঠা দেখে সপোনত, সেয়া শুভ। প্ৰাপ্তি যোগ ঘটে। কিন্তু সাপক গছৰ পৰা নমা দেখিলে সেয়া অশুভ। photo source collected
6/ 6
সপোনত যদি সাপ দৌৰি অহা দেখে সেয়া অশুভ। কোৱা হয় ইয়াৰ ফলত শত্ৰু বাঢ়ে। মৰা সাপ দেখাও অশুভ। কিন্তু জোৰ সাপ দেখিলে শুভ ফল পোৱা যায়।