உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    Home » photogallery » lifestyle »ইয়াত মাত্ৰ ৭ টকা জমা কৰিয়েই প্ৰতিমাহে আপুনি ৫ হাজাৰ টকা লাভ কৰাৰ সুবিধা ল'ব পাৰে ! জানি লওক কি এই Scheme ?

    ইয়াত মাত্ৰ ৭ টকা জমা কৰিয়েই প্ৰতিমাহে আপুনি ৫ হাজাৰ টকা লাভ কৰাৰ সুবিধা ল'ব পাৰে ! জানি লওক কি এই Scheme ?

    Pension Scheme: যদি এজন ব্যক্তিয়ে ১৮ বছৰ বয়সত অটল পেঞ্চন যোজনাত যোগদান কৰে, তেন্তে তেওঁ ৬০ বছৰ বয়সৰ পিছত প্ৰতি মাহে ৫ হাজাৰ টকাৰ মাহিলী পেঞ্চনৰ বাবে প্ৰতি মাহে ২১০ টকা জমা দিব লাগিব।