সমুদ্র শাস্ত্র মতে ব্যক্তি এজনৰ মুখৰ পৰাই ব্যক্তিজনৰ ব্যক্তিত্ব, তেওঁৰ চিন্তাধাৰাৰ বিষয়ে স্পষ্টভাৱে বুজি পাব পাৰি। এই শাস্ত্ৰ (Astrology | Love And Relation) অনুসৰি মুখমণ্ডলৰ গঠন চাইয়েই আপুনিও ব্যক্তি এজনৰ বিষয়ে জানিব পাৰে। তেওঁৰ মুখৰ গঠনেও তেওঁৰ ভৱিষ্যত জীৱনৰ ইংগিত দিয়ে। এইটো বিশ্বাস কৰা হয় যে ঈশ্বৰে মুখৰ আকৃতি গঠন (Shape Of Face reveals personality) কৰে ব্যক্তিজনৰ প্ৰকৃতিৰ দৰে ব্যক্তিত্ব প্ৰকাশ কৰিবলৈ।
১) গোল মুখ
যিসকল লোকৰ মুখ গোল বা ঘূৰণীয়া, তেওঁলোকে খুব হাঁহি-মাতি থাকিবলৈ ভাল পায়। জীৱনৰ যিকোনো পৰিস্থিতিত এই লোকসকলৰ ইতিবাচক মানসিকতা থাকিব পাৰে। প্ৰেম আৰু সম্পৰ্কৰ (Love and Relationship)) ৰোমাঞ্চকৰ জীৱন কটাই (Shape Of Face reveals personality) ভালপায়। তেওঁলোকে বিশুদ্ধ প্ৰেম বিচাৰি ফুৰে। প্রতীকী ছবি।