Home » photogallery » lifestyle »শৰৎ আহিলেই ! শেৱালিয়ে সুবাস বিলাই মেলি দিছে শুকুলা চাদৰ, আহিনক আদৰিবলৈ হালি-জালি নাচিছে কঁহুৱাই ...

শৰৎ আহিলেই ! শেৱালিয়ে সুবাস বিলাই মেলি দিছে শুকুলা চাদৰ, আহিনক আদৰিবলৈ হালি-জালি নাচিছে কঁহুৱাই ...

সময় গতিশীল। গতিশীল সময়ৰ নীতি অনুসৰি আহিনৰ আঁচলত ধৰি ধৰাৰ বুকুলৈ শৰৎ আহিল। হালি- জালি কঁহুৱাই দিছে শৰৎ অহাৰ জাননী। শৰত আহিলেই শেৱালিয়ে মেলি দিয়ে শুকুলা চাদৰখনি।

শেহতীয়া বাতৰি