ইয়াৰ ভিতৰত নন ৰিফাণ্ডেবল ব্ৰেণ্ড ছিকিউৰকিটী হিচাপে ২৫ৰ পৰা ৫০ হাজাৰ টকা দিব লাগিব। আমুল আউটলেট ল’বলৈ গ’লে আমুল প্ৰডাক্টৰ ওপৰত ন্যূনতম ছেলিং প্ৰাইচ অৰ্থাৎ এমআৰপিত কমিচন দিয়া হয়। ইয়াৰ ভিতৰত এটা গাখীৰৰ পাউচত ২.৫ শতাংশ, বিভিন্ন দুগ্ধজাত সামগ্ৰীৰ ওপৰত ১০ শতাংশ আৰু আইচক্ৰীমত ২০ শতাংশ কমিচন পোৱা যায়। (প্ৰতীকী ফটো)