ই-কমাৰ্চ আমাজ’ন ইণ্ডিয়াৰ ফিনাঞ্চিয়েল চাৰ্ভিচ কোম্পানীয়ে আমাজ’ন পেৰ গ্ৰাহকৰ বাবে লন্স কৰিলে ডিজিটেল গোল্ড বিনিয়োগ সেৱা-‘গোল্ড ভল্ট’। ‘চেফগোল্ড’ৰ সৈতে ব্যৱসায়িক চুক্তি কৰি নিজৰ গ্ৰাহকৰ বাবে ডিজিটেল গোল্ডৰ সেৱা লন্স কৰিছে ‘ Amazon Pay-এ।আমাজ’ন পেৰ এই সেৱাৰ জৰিয়তে গ্ৰাহকৰ নূন্যতম মাত্ৰ ৫ টকাতে ডিজিটেল সোণ ক্ৰয় কৰিব পাৰিব।