Home » photogallery » lifestyle »Akshaya Tritiya : কিয় অক্ষয় তৃতীয়াত কিনা হয় সোণ–ৰূপ? জানক শুভ মুহূৰ্ত

Akshaya Tritiya : কিয় অক্ষয় তৃতীয়াত কিনা হয় সোণ–ৰূপ? জানক শুভ মুহূৰ্ত

অক্ষয় তৃতীয়া প্ৰতি বছৰে ব’হাগ মাহৰ শুক্ল পক্ষৰ তৃতীয়া তিথিত হয়। এই বছৰ অক্ষয় তৃতীয়া পৰিছে ৩ মে’ত। অক্ষয় তৃতীয়াৰ অৰ্থ হ’ল এই তৃতীয়া তিথি যাৰ ক্ষয় নাই।

শেহতীয়া বাতৰি