Home » photogallery » lifestyle »Airtelত চাৰিটা নতুন কম ব্যয়ৰ প্লেন আহিছে ! কোনটো আটাইতকৈ সুলভ চাওঁ আহক ...

Airtelত চাৰিটা নতুন কম ব্যয়ৰ প্লেন আহিছে ! কোনটো আটাইতকৈ সুলভ চাওঁ আহক ...

Airtel Prepaid Plans: টেলিকম অপাৰেটৰ এয়াৰটেলে ইয়াৰ গ্ৰাহকসকলৰ বাবে চাৰিটা নতুন আকৰ্ষণীয় আঁচনি লৈ আহিছে। আঁচনিবোৰ প্ৰতি মাহে ১০৯ টকাৰ পৰা আৰম্ভ হৈছে আৰু সৰ্বাধিক ১৩১ টকালৈকে ব্যয় হ'ব পাৰে।